দলগাঁও জনসেৱা
আতাউৰ ৰহমান দলগাঁওৰ এখন গাঁৱত মহিলাসকলৰ সৈতে কথা-বতৰা হৈ থাকোঁতে

দলগাঁওৰ সমস্যা, সমাধান আৰু সাথী এক ঠাইত

সমস্যা জনোৱা, চৰকাৰী আঁচনিৰ সহায় লোৱা আৰু সাথী হিচাপে যোগদান কৰাৰ সেৱাসমূহ ইয়াতেই আৰম্ভ হ'ব।

কৰ্মী

আতাউৰ ৰহমান

Self Help Group আৰু চৰকাৰী আঁচনি সম্পৰ্কে জনসাধাৰণক সজাগ কৰি অহা এজন কৰ্মী, দলগাঁওৰ মানুহৰ কল্যাণৰ কামত লাগি থাকি।

কি কাম কৰি আছোঁ

Self Help Group (SHG)-ৰ গঠন আৰু চৰকাৰী আঁচনি সম্পৰ্কে awareness

চৰকাৰী আঁচনিৰ যোগ্যতা পৰীক্ষা আৰু আবেদনত সহায়

সমষ্টিৰ সমস্যা শুনা আৰু সমাধানৰ খতিয়ান

স্বেচ্ছাসেৱক network গঠন